Poetry · Assamese
সংজ্ঞা
যিদিনা মই তোমাক বুজিলোঁ,
ৰূপত কৈও গুণৰহে অধিকাৰী হোৱা তুমি,
সিদিনা মই এই গুণ খিনি নিজৰ কৰিলোঁ l
মোৰ পৃথিৱীখনক তোমাৰ সংজ্ঞা দিলোঁ l
Poetry · Assamese
যিদিনা মই তোমাক বুজিলোঁ,
ৰূপত কৈও গুণৰহে অধিকাৰী হোৱা তুমি,
সিদিনা মই এই গুণ খিনি নিজৰ কৰিলোঁ l
মোৰ পৃথিৱীখনক তোমাৰ সংজ্ঞা দিলোঁ l